సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজনক কোনো বিশেষ গুণ আদিৰ কাৰণে কাৰোবাৰ ভাল লাগে
ఉదాహరణ : শচীনক মই পচন্দ কৰোঁ
పర్యాయపదాలు : পচন্দ
అర్థం : মনৰ ভাল লগা ভাব
ఉదాహరణ : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
పర్యాయపదాలు : অভিৰুচি, ইচ্ছা, ৰুচি
అర్థం : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
ఉదాహరణ : এইখন মোৰ অতি প্রিয় গ্রন্থ
పర్యాయపదాలు : অভিৰুচি, প্রিয়, ভাল লগা, ৰুচি
ఆప్ స్థాపించండి