పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পক্ষ అనే పదం యొక్క అర్థం.

পক্ষ   বিশেষ্য

అర్థం : এটা মাহক পোন্ধৰ দিনকৈ কৰা দুটা ভাগৰ এটা ভাগ

ఉదాహరణ : কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান কৃষ্ণৰ জন্ম হৈছিল

అర్థం : চৰাই, কিছুমান পতংগ আদিৰ উৰিবলৈ সহায়ক হোৱা অংগ

ఉదాహరణ : চিকাৰীজনে তৰোৱালেৰে চৰাইটোৰ দুয়োখন ডেউকা কাটি দিলে

పర్యాయపదాలు : ডানা, ডেউকা, ডৌকা, পখা, পাখি

అర్థం : কোনো বস্তুৰ বিষয়ৰ ্অন্তর্গত ্এটা বিষয় যাৰ পৃথকে পৃথকে বিচাৰ কৰিব পৰা যায় বা বিচাৰ কৰাৰ প্রয়োজন আছে

ఉదాహరణ : ভাৰতীয় ্অর্থব্যৱস্থাৰ বিভিন্ন দিশত ভালদৰে বিচাৰ বিবেচনা হোৱাটো আৱশ্যক

పర్యాయపదాలు : অংশ, দিশ, বিভাগ

అర్థం : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

ఉదాహరణ : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

పర్యాయపదాలు : দল, পার্টী

అర్థం : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

ఉదాహరణ : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

పర్యాయపదాలు : পার্টী

అర్థం : যাৰ আন কাৰোবাৰ সৈতে বিৰোধ হৈছে বা হʼব পাৰে তেনেধৰণৰ কথা কোনোৱে প্রমাণ কৰিব বিচাৰা অৱস্থা

ఉదాహరణ : আপুনি প্রথমে নিজৰ পক্ষ ন্যায়াধীশৰ আগত

అర్థం : কোনো বিশেষ বিষয়ৰ দুটা বা ততোধিক বিৰোধী তত্ত্ব, সিদ্ধান্ত অথবা দলত বিভক্ত কোনোটোৰ এটা

ఉదాహరణ : আপুনি কোনটো পক্ষত আছে ?