సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য
ఉదాహరణ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া
పర్యాయపదాలు : ঘূৰোৱা, জপোৱা, নুৰিওৱা, মেৰিওৱা
అర్థం : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
ఉదాహరణ :
పర్యాయపదాలు : ঘূৰা, ঘূৰোৱা, পকা, পকাই দিয়া, মোহাৰি দিয়া, মোহৰা
అర్థం : ফল আদি প্রস্তুত কৰা বা পকোৱা কার্য
ఉదాహరణ : তেওঁ আম ্পকালে
పర్యాయపదాలు : পক দিয়া
అర్థం : আহাৰ প্রস্তুত কৰা
ఉదాహరణ : মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
పర్యాయపదాలు : পগোৱা, ৰন্ধা, ৰন্ধা-বঢ়া কৰা
ఆప్ స్థాపించండి