పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পকা అనే పదం యొక్క అర్థం.

পকা   ক্ৰিয়া

అర్థం : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা

ఉదాహరణ : পাচিটোৰ গোটেইবোৰ আম পকা

పర్యాయపదాలు : পৰিপক্ক হোৱা

అర్థం : দিশ পৰিব্্র্তন ্ কৰা

ఉదాహరణ : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল

పర్యాయపదాలు : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা

అర్థం : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে

ఉదాహరణ :

పర్యాయపదాలు : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা

পকা   বিশেষণ

అర్థం : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা

ఉదాహరణ : তেওঁ ্ পকা আম খাই আছে

పర్యాయపదాలు : পৰিপক্ক

అర్థం : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য

ఉదాహరణ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল

పర్యాయపదాలు : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত

అర్థం : পুঁজেৰে ভৰি থকা

ఉదాహరణ : গেলা ফোঁহাটো সদায় চফা কৰা উচিত

పర్యాయపదాలు : গেলা