అర్థం : নেপালৰ নিবাসী
ఉదాహరణ :
তেওঁ এজন ্নেপালীক নিজৰ ঘৰৰ চোৱা-চিতাৰ কাৰণে ৰাখিছে
పర్యాయపదాలు : নেপাল বাসী, নেপাল-বাসী
అర్థం : নেপাল দেশৰ ভাষা
ఉదాహరణ :
বন্যাই নেপালীত কিতাপ লিখি আছে
పర్యాయపదాలు : নেপালী ভাষা, নেপালী-ভাষা
అర్థం : নেপাল দেশৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
ৰমেশে নেপালী টুপি পিন্ধি আছে
అర్థం : নেপালী ভাষাৰ বা নেপালী ভাষাৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
তেওঁৰ ্নেপালী নাটকৰ এটা প্রতিলিপি মোৰ ওচৰতো আছে
అర్థం : নেপালত থকা বা বসতি কৰা
ఉదాహరణ :
তেওঁ এজনী নেপালী ছোৱালী বিয়া কৰিলে