అర్థం : তুচ্ছ বা নগণ্য হোৱা অৱস্থা বা ভাব
ఉదాహరణ :
কোনো কথাৰ কাৰণে আমি হীনতা অনুভৱ কৰিব নালাগে
పర్యాయపదాలు : উলাই, তুচ্ছজ্ঞান, তুচ্ছতা, হীনতা
అర్థం : দুর্জন ্হোৱাৰ অৱস্থা বা ভাব
ఉదాహరణ :
দুষ্টতাৰ পৰা আঁতৰি থাকা
పర్యాయపదాలు : অসাধুতা, দুর্জ্্নতা, দুষ্টতা, শঠতা