అర్థం : যিয়ে ভিতৰত স্থায়ী ৰূপত স্থিতি গ্রহণ কৰি আছে
ఉదాహరణ :
কিছুমান লোকৰ কমকৈ কথা কʼব পৰা অন্তর্নিহিত গুণ আছে
పర్యాయపదాలు : অন্তর্নিবিষ্ট, অন্তর্নিহিত, মজ্জাগত
అర్థం : কʼৰবাত বা কিহবাৰ ভিতৰত ৰখা বা লুকাই থকা
ఉదాహరణ :
এই কবিতাটোত নিহিত ভাবার্থ স্পষ্ট কৰি এটি টোকা প্রস্তুত কৰক