సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাক গঢ়ি কোনো আকাৰ দিয়া হয়
ఉదాహరణ : সীতাই বজাৰৰ পৰা মাটিৰে গঢ়া এটা গণেশৰ মূর্তি কিনিলে
పర్యాయపదాలు : আকাৰপ্রদত্ত, আৰূপিত, গঢ়া-, সজা-
అర్థం : যিটো ৰচনা কৰা বা বনোৱা হৈছে
ఉదాహరణ : সোতৰ শতিকাত নির্মিত তাজমহলটো শাহজাহানৰ দান
పర్యాయపదాలు : কৃত, প্রণীত, বিৰচিত, সৃজিত, সৃষ্ট, ৰচিত
ఆప్ స్థాపించండి