అర్థం : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা
ఉదాహరణ :
বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে
పర్యాయపదాలు : বনোৱা
అర్థం : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা
ఉదాహరణ :
সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে
పర్యాయపదాలు : পঠোৱা
అర్థం : কামত লগোৱা
ఉదాహరణ :
এই কামৰ কাৰণে তেওঁ ্সাতজন মানুহ নিযুক্ত কৰিলে
పర్యాయపదాలు : কাম দিয়া, চাকৰি দিয়া