అర్థం : দূৰ কৰিব পৰা বা দূৰ কৰাওতাজন
ఉదాహరణ :
তেওঁ বিষৰ পৰা উপশম পাবৰ কাৰণে বিষ নিবাৰক ঔষধ সেৱন কৰি আছে
పర్యాయపదాలు : নির্মূল্্কাৰী
అర్థం : যিয়ে প্রশমিত বা শান্ত কৰে
ఉదాహరణ :
এইটো অগ্নি প্রশামিত যন্ত্র
పర్యాయపదాలు : প্রশামক, শাম কাটোতা
అర్థం : নিবাৰণ কৰা
ఉదాహరణ :
মেলেৰিয়া ৰোগ বিয়পাৰ আগতেই গাঁৱবোৰত মেলেৰিয়া নিবাৰক ঔষধ বিতৰণ কৰা হৈছে
పర్యాయపదాలు : ৰোধক