సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নিকৃষ্ট হোৱাৰ ভাব বা অৱস্থা
ఉదాహరణ : আপোনাৰ এই বেয়া কাম-বনে নিকৃষ্টতাহে বুজায়
పర్యాయపదాలు : অধমতা, অধমত্ব, অনুৎকর্ষ, অপকর্ষ, মন্দত্ব
అర్థం : অধম বা নীচ হোৱা অৱস্থা:অধমতাক দূৰ কৰিলেহে সমাজৰ উন্নতি হʼব
ఉదాహరణ :
పర్యాయపదాలు : অধমতা, অধমত্ব, মন্দত্ব
అర్థం : নিকৃষ্টতম হোৱা অৱস্থা বা ভাব
ఉదాహరణ : এনেকুৱা ব্যৱহাৰেৰে আপুনি নিজৰ নিকৃষ্টতাৰহে পৰিচয় দিলে
పర్యాయపదాలు : অনুৎকর্ষ, অপকর্ষ
ఆప్ స్థాపించండి