అర్థం : বাহিৰৰ ফালে টান বাকলি থকা এবিধ ডাঙৰ গোলাকাৰ ফল, যাৰ ভিতৰত মিঠা শাহ আৰু পানী থাকে!
ఉదాహరణ :
তেওঁ ্ সদায় নাৰিকলৰ পানী খায়
పర్యాయపదాలు : নাৰিকেল
అర్థం : খেজুৰ জাতিৰ এবিধ গছ যাৰ ডাঙৰ গোলাকাৰ ফলৰ ভিতৰত মিঠা পানী আৰু বগা মিঠা শাহ থাকে
ఉదాహరణ :
এই জংঘলত নাৰিকল গছ বেছিকৈ আছে
పర్యాయపదాలు : নাৰিকল গছ