అర్థం : কাব্য, নাটক আদি সাহিত্য বা কথাছবি আদিত মুখ্যভাৱে স্থান পোৱা চৰিত্র
ఉదాహరణ :
এই কাহিনীৰ নায়কজনে শেষত বীৰ গতি লাভ কৰিলে
పర్యాయపదాలు : প্রধান চৰিত্র, মুখ্য চৰিত্র, হিৰো
అర్థం : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
ఉదాహరణ :
বাজপেয়ী এগৰাকী ভাল নেতা
పర్యాయపదాలు : নেতা