సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কামত বা কথাত মানা কৰা
ఉదాహరణ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
పర్యాయపదాలు : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন
అర్థం : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ఉదాహరణ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
పర్యాయపదాలు : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা
అర్థం : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
ఉదాహరణ : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
పర్యాయపదాలు : অস্বীকাৰ
అర్థం : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ఉదాహరణ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
పర్యాయపదాలు : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত
అర్థం : যিয়ে সহমত পোৱা নাই
ఉదాహరణ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
పర్యాయపదాలు : অসন্মতি, অস্বীকৃত, সহমতহীন
ఆప్ స్థాపించండి