అర్థం : নাকৰ ছিদ্র
ఉదాహరణ :
নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
పర్యాయపదాలు : নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকা বিবৰ
అర్థం : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
ఉదాహరణ :
তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
పర్యాయపదాలు : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকাগ্র