అర్థం : পৰীক্ষাৰ সকলো বিষয়তে লাভ কৰা নম্বৰৰ বিৱৰণ থকা তালিকা পত্র বিশেষ
ఉదాహరణ :
মোৰ দশমমান শ্রেণীৰ নম্বৰ তালিকাখন কʼৰবাত হেৰাল
పర్యాయపదాలు : মার্কশ্বিট
అర్థం : খেল আদিত সন্মিলিত হোৱা প্রতিযোগীসকলে লাভ কৰা নম্বৰৰ তালিকা বিশেষ
ఉదాహరణ :
তিনিখন মেচত ন নম্বৰ লাভ কৰি ভাৰত নম্বৰ তালিকাত সকলোতকৈ শী্র্ষত আছে
పర్యాయపదాలు : নম্বৰ-তালিকা