పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి নম্বৰ అనే పదం యొక్క అర్థం.

নম্বৰ   বিশেষ্য

అర్థం : কোনো কাম কৰোতে বা খেল খেলোতে ক্রমানুসৰি সকলোৱে পোৱা সুযোগ

ఉదాహరణ : এতিয়া ৰামৰ পাল

పర్యాయపదాలు : পাল, বাৰ

అర్థం : ক্রম অনুসৰি লিখা, থোৱা বা বনোৱা বস্তু আদিৰ সন্মুখত ক্রম অনুসৰি লিখা বা ধৰি লোৱা সংখ্যা

ఉదాహరణ : ক্রমিক নং একত লিখা কথাটোৰ সৈতে মই সহমত নহয়

పర్యాయపదాలు : ক্রম-সংখ্যা, ক্রমাংক, ক্রমিক নং, ক্রমিক নম্বৰ, নং

అర్థం : পৰিধান আদিৰ এটি মাপ

ఉదాహరణ : মই দোকানৰ পৰা ন নম্বৰৰ এজোৰ জোতা কিনিলো

అర్థం : কোনো পৰীক্ষা বা প্রতিযোগিতাত পোৱা এক সংখ্যা বিশেষ যাৰ যোগেদি প্রতিযোগী বা পৰীক্ষার্থীৰ শ্রেষ্ঠতা বিষয়ে জানিব পাৰি

ఉదాహరణ : তেওঁ বছৰেকীয়া পৰীক্ষাত চাৰিশ নম্বৰৰ ভিতৰত তিনিশ নম্বৰ লাভ কৰিলে

పర్యాయపదాలు : অংক, অঙ্ক

అర్థం : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

ఉదాహరణ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

పర్యాయపదాలు : অংক, খণ্ড, সংখ্যা