సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
ఉదాహరణ : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
పర్యాయపదాలు : অৱতৰণ
అర్థం : থিয় হৈ থকা কোনো বস্তুক হাউলিবলৈ প্রবৃত্ত কৰা
ఉదాహరణ : ফল চিঙিবৰ কাৰণে ডালবোৰ তললৈ নমোৱা হয়
పర్యాయపదాలు : হাউলা
అర్థం : ওপৰৰ পৰা তলৰ ফালে অনা
ఉదాహరణ : মোহনে ট্রাকৰ পৰা বস্তু নমাই আছে
ఆప్ స్థాపించండి