సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
ఉదాహరణ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
పర్యాయపదాలు : আর্হি, উদাহৰণ, দৃষ্টান্ত, নজিৰ, নিদ্্র্শন
అర్థం : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ
ఉదాహరణ : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে
పర్యాయపదాలు : আর্হি, মডেল
అర్థం : কোনো পদার্থ আদিৰ প্রকাৰ, গুণ আদিৰ পৰিচয় কৰোৱাৰ কাৰণে তাৰ পৰা উলিওৱা কিছু অংশ
ఉదాహరణ : খেতিয়কে শস্যৰ নমুনা মহাজনক দেখুৱালে
అర్థం : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়
ఉదాహరణ : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল
పర్యాయపదాలు : আর্হি, ডিজাইন
అర్థం : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
ఉదాహరణ : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
పర్యాయపదాలు : উদাহৰণ, দৃষ্টান্ত
ఆప్ స్థాపించండి