అర్థం : স্ত্রী-সম্ভোগ আৰু সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুওৱা পুৰুষৰ মাজত হোৱা এক ধৰণৰ ৰোগ
ఉదాహరణ :
মোহনলাল দুর্ঘ্্টনাৰ পিছত নপুংসকতাৰ বলি হʼল
పర్యాయపదాలు : পুৰুষত্বহীনতা, পৌৰুষহীনতা
అర్థం : নপুংসক হোৱাৰ অৱস্থা বা ভাব
ఉదాహరణ :
শিখণ্ডীৰ নপুংসকতা গুণসম্পন্ন আছিল
పర్యాయపదాలు : ক্লীৱত্ব, পৌৰুষহীনতা