సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : চোৱা কার্য ্বা ঢং
ఉదాహరణ : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে
పర్యాయపదాలు : চাৱনি, দৃষ্টি
అర్థం : কোনো বস্তু বা ব্যক্তিক নির্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযাবলৈ আৰু চোৱা-চিতা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিযুক্ত কৰা প্রহৰীৰ কার্য
ఉదాహరణ : প্রহৰীজনে ক্ষীপ্রতাৰে পহৰা দি আছে
పర్యాయపదాలు : চকিদাৰি, পহৰা
అర్థం : কোনো ধুনীয়া বা প্রিয় মানুহ বা বস্তুৰ ওপৰত পৰা দৃষ্টি বা বেয়া প্রভাৱ
ఉదాహరణ : মাকে শিশুটোক মানুহৰ নজৰৰ পৰা বচাবৰ বাবে কপালত কʼলা ফোট দিলে
పర్యాయపదాలు : কুদৃষ্টি, বেয়া নজৰ
అర్థం : দোষ-গুণৰ সঠিক নি্র্ণয় ্কৰা দৃষ্টি
ఉదాహరణ : তেওঁৰ ্নজৰ মানিব লাগিব
ఆప్ స్థాపించండి