అర్థం : কোনো দেশৰ নিবাসী
ఉదాహరణ :
ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
పర్యాయపదాలు : নাগৰিক
అర్థం : যি নগৰত বাস কৰে বা নগৰত থাকে
ఉదాహరణ :
গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
పర్యాయపదాలు : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া