అర్థం : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ
ఉదాహరణ :
ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়
అర్థం : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
ఉదాహరణ :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
పర్యాయపదాలు : অনুকৰণ কৰা, অনুসৰণ কৰা