సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পৃথিৱীৰ একেবাৰে ওপৰৰ ভাগ
ఉదాహరణ : সম্পূর্ণ ধৰ্াতল জল আৰু স্থল এই দুই ভাগত বিভক্ত
పర్యాయపదాలు : ভূ-তল, ভূ-পৃষ্ঠ, ভূ-ভাগ, মাটি, স্থলভাগ
అర్థం : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ఉదాహరణ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
పర్యాయపదాలు : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
ఆప్ స్థాపించండి