సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ఉదాహరణ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
పర్యాయపదాలు : অৱস্থা, গতি, গতিক, দশা, ধৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
అర్థం : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
ఉదాహరణ : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
పర్యాయపదాలు : চাল-চলন
అర్థం : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ
ఉదాహరణ : তেওঁৰ ব্যৱহাৰ ভাল নহয়
పర్యాయపదాలు : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ
అర్థం : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি
ఉదాహరణ : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ
పర్యాయపదాలు : আচৰণ, ব্যৱহাৰ
ఆప్ స్థాపించండి