సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাকো উপেক্ষিত নকৰা ভাব
ఉదాహరణ : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
పర్యాయపదాలు : খিয়াল, মনোযোগ
అర్థం : যোগৰ সপ্তম তথা সমাধিৰ পূর্ব অংগ স্বৰূপ কোনো বিষয়, বিশেষকৈ ধার্মিক বিষয় বা অলৌকিক প্রভাৱৰ একেৰাহে কিছু সময়লৈকে হোৱা গভীৰ মনন বা চিন্তন
ఉదాహరణ : সন্তজন ধ্যানত লীন হৈ আছে
అర్థం : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
ఉదాహరణ : ৰমেশে বৰ মনোযোগেৰে পঢ়ে
పర్యాయపదాలు : মনোযোগ
ఆప్ స్థాపించండి