అర్థం : ধোৱা কাম
ఉదాహరణ :
গীতাই কাপোৰ ধুই আছে
అర్థం : ধোৱা কাম
ఉదాహరణ :
শ্রমিকবোৰে ইটাবোৰ ধোৱা কাম কৰি আছে
అర్థం : কাপোৰ চফা কৰা কার্য
ఉదాహరణ :
শীলাই কাপোৰ ধুই আছে
అర్థం : পানী, চাবোন আদিৰে কাপোৰ আদি চফা কৰা কার্য
ఉదాహరణ :
এচামোচ পাউদাৰেৰে ইমান সোপা কাপোৰ ধোৱা হʼল
అర్థం : পানী, চাবোন আদিৰে চফা কৰা বা ধোৱা
ఉదాహరణ :
আজিকালি মেচিনত কাপোৰ ধোৱা হয়
అర్థం : পানী বা কোনো তৰল পদার্থৰ ্ সহায়ত কোনো বস্তুৰ পৰা ময়লা, ধূলি আদি ্ আঁতৰোৱা কার্য
ఉదాహరణ :
শ্যামাই সাধুজনৰ ভৰি ধুই দিছে
పర్యాయపదాలు : ধুই দিয়া, পখালা, পখালি দিয়া
అర్థం : বাচন-বর্তন, ্কাপোৰ আদি পানীত ধোৱা
ఉదాహరణ :
তেওঁ ্কাপোৰখন ধুলে আৰু শুকাবৰ কাৰণে ৰʼদত মেলি দিলে
పర్యాయపదాలు : ধোৱা-পখলা কৰা, প্রক্ষালন কৰা