సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : একেৰাহে আৰু খৰকৈ
ఉదాహరణ : সৈনিকে ধাৰাসাৰ গুলি ্বর্ষণ কৰি আছিল
అర్థం : জোৰেৰে বা ধাৰৰ দৰে বৈ অহা
ఉదాహరణ : মূষলধাৰ বৰষুণৰ বাবে জনজীৱন ক্ষতিগ্রস্ত হৈছে
పర్యాయపదాలు : দোপালপিতা, মূষলধাৰ
అర్థం : নিৰন্তৰ হৈ থকা
ఉదాహరణ : ধাৰাসাৰ বৰষুণৰ কাৰণে জন-জীৱন বিশৃংখল হৈ পৰিলে
పర్యాయపదాలు : অনবৰত, অবিৰত, অবিৰাম
ఆప్ స్థాపించండి