సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আকাৰ ইঙ্গিতৰ দ্বাৰা লুকাই ৰখা কথা বুজি লোৱা
ఉదాహరణ : চাকৰণীজনীক দেখিয়েই মই ধাৰণা কৰিব পাৰিছিলো যে তাই কিবা লুকুৱাই ৰাখিছে
పర్యాయపదాలు : বুজ পোৱা
అర్థం : অনুমানৰ এক অৱস্থা
ఉదాహరణ : আপুনি এই কলমটোৰ মূল্য অনুমান কৰকচোন ?
పర్యాయపదాలు : অনুমান কৰা
అర్థం : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা
ఉదాహరణ : মোৰ তেওঁ ্নাহিব যেন লাগিছে
పర్యాయపదాలు : গম পোৱা, লগা
ఆప్ స్థాపించండి