అర్థం : নিজক কৰা উপকাৰ মানি লোৱা লোক
ఉదాహరణ :
আপুনি মোক জেললৈ যোৱাৰ পৰা ৰক্ষা কৰা কাৰণে মই আপোনাৰ ওচৰত কৃতজ্ঞ
పర్యాయపదాలు : কৃতজ্ঞ, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, বাধিত
అర్థం : কাৰোবাৰ কৃপা বা উপকাৰেৰে সন্তুষ্ট
ఉదాహరణ :
আপুনি এই চাকৰিটো দি মোক কৃতার্থ কৰিলে
పర్యాయపదాలు : কৃতকৃত্য, কৃতজ্ঞতাবদ্ধ, কৃতার্থ, বাধিত
అర్థం : যি নিজৰ কাম হৈ যোৱাৰ বাবে প্রসন্ন আৰু সন্তুষ্ট হয়
ఉదాహరణ :
ভগৱানৰ কৃপাত এতিয়া মোৰ জীৱন কৃতার্থ হʼল
పర్యాయపదాలు : কৃতার্থ