సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দৌৰ মৰা কার্য ্বা ভাব
ఉదాహరణ : দৌৰাৰ পিছত অলপ আৰাম কৰা উচিত
అర్థం : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা
ఉదాహరణ : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ
పర్యాయపదాలు : ঘূৰা, লৰা-ঢপৰা কৰা
అర్థం : বৰ সঘনাই ভৰি দাঙি যোৱা
ఉదాహరణ : মেকুৰীজনীয়ে নিগনিটো দেখিয়েই তাৰফালে দৌৰিলে
పర్యాయపదాలు : দৌৰ মৰা, লৰ মৰা
అర్థం : ভৰিৰে অতি বেগাই যোৱা
ఉదాహరణ : তেওঁ দৌৰা লʼৰাটোক ধৰিবলৈ অসমৰ্থ হʼল
ఆప్ స్థాపించండి