అర్థం : অনাহকত দোষ উলিওৱা কার্য
ఉదాహరణ :
কোনো কোনোৱে দোষ-খুচৰি ভাল পায়
అర్థం : দোষ উলিওৱা ব্যক্তি
ఉదాహరణ :
দোষ-খোচৰাৰ দৃষ্টিৰ পৰা অতি সৰু কথাও সাৰি নাযায়
పర్యాయపదాలు : ছিদ্রান্বেষক, ছিদ্রান্বেষী
అర్థం : আনৰ দোষ বিচাৰিফুৰোঁতা
ఉదాహరణ :
দোষ-খোচৰা ব্যক্তিয়ে নিজৰ বেয়া স্বভাৱৰ বিষয়ে সদায় অজ্ঞতা প্রকাশ কৰে
పర్యాయపదాలు : ছিদ্রান্বেষী, দোষদর্শী