అర్థం : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য
ఉదాహరణ :
অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়
పర్యాయపదాలు : দোষাৰোপন
అర్థం : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত
ఉదాహరణ :
দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল
పర్యాయపదాలు : দোষনিৰ্ণয়