అర్థం : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা
ఉదాహరణ :
মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে
పర్యాయపదాలు : নির্দেশ ্কৰা
అర్థం : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা
ఉదాహరణ :
তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে
పర్యాయపదాలు : দর্শন ্ কৰা, দেখুৱা
అర్థం : অনুভৱ কৰোৱা
ఉదాహరణ :
ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে
అర్థం : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা
ఉదాహరణ :
শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়
పర్యాయపదాలు : প্রদর্শন ্কৰা
అర్థం : অনুসন্ধান বা নিৰীক্ষণ কৰা
ఉదాహరణ :
আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?
అర్థం : নিৰীক্ষণ কৰোৱা কার্য
ఉదాహరణ :
প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে
పర్యాయపదాలు : দেখুৱা