అర్థం : যিটো উপল্্ব্ধ নহয়
ఉదాహరణ :
কেতিয়াবা কেতিয়াবা লʼৰা-ছোৱালীয়ে অনুপল্্ব্ধ বস্তুও বিচাৰে
పర్యాయపదాలు : অনুপল্্ব্ধ, অপ্রাপ্ত, অপ্রাপ্য, অলভ্য, আপুৰুগ, আপুৰুগীয়া, দুর্মূল্য, দুষ্প্রাপ্য, পোৱা নোযোৱা-, বিৰল, সুদুর্লভ
అర్థం : যিটো পাবলৈ সহজ নহয়
ఉదాహరణ :
আজিকালি ডাঙৰ চহৰত বিশুদ্ধ বতাহ দুর্লভ হৈ পৰিছে
పర్యాయపదాలు : বিৰল, ্দুষ্প্রাপ্য