పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দুমুখীয়া అనే పదం యొక్క అర్థం.

দুমুখীয়া   বিশেষণ

అర్థం : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে

ఉదాహరణ : যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে

అర్థం : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়

ఉదాహరణ : আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়

పర్యాయపదాలు : দুফলীয়া

అర్థం : দেখাত চিধা-চাধা আৰু ভোলা কিন্তু বাস্তৱত মহা ধূর্ত

ఉదాహరణ : সন্তোষ এটা দুমুখীয়া মানুহ

పర్యాయపదాలు : তলগুজীয়া, দোমাদলীয়া

అర్థం : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ

ఉదాహరణ : দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে

అర్థం : যাৰ দুখন মুখ আছে

ఉదాహరణ : বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে