అర్థం : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু এগুণ অধিক মাত্রাৰ এক পৰিমাণ
ఉదాహరణ :
দুইৰ দুগুণ চাৰি
అర్థం : যিমান থাকে আৰু সিমান
ఉదాహరణ :
যোৱা কিছু বছৰত মোৰ গাঁৱত নিবনুৱা দুগুণ বাঢ়িল
అర్థం : যিমান আছে তাৰ সমপৰিমাণৰ আৰু অধিক
ఉదాహరణ :
এই দোকানীজনে কিছুমান বস্তু দুগুণ দামত বিক্রী কৰি আছে