అర్థం : কাৰোবাৰ মর্ম্্স্থানত আঘাত লগাকৈ কোনো কথা কোৱা বা কাম কৰা
ఉదాహరణ :
শাহুৱেকে গালি পাৰি বোৱাৰীয়েকৰ মনত দুখ দিলে
పర్యాయపదాలు : আঘাত দিয়া
అర్థం : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
ఉదాహరణ :
অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
పర్యాయపదాలు : কষ্ট দিয়া
అర్థం : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
ఉదాహరణ :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
పర్యాయపదాలు : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া
అర్థం : কোনো পদার্থৰ ্অভাৱৰ পৰা দুখ ওপজা কার্য
ఉదాహరణ :
নি্র্বাচনৰ সময়ত নেতাই প্রতিশ্রুতি দিয়ে আৰু জিকাৰ পিছত দুখ দিয়ে
పర్యాయపదాలు : প্রলোভন দিয়া, ব্যাকুল কৰা