పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দিৱস అనే పదం యొక్క అర్థం.

দিৱস   বিশেষ্য

అర్థం : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

ఉదాహరణ : সোমবাৰ সপ্তাহৰ প্রথম দিন

పర్యాయపదాలు : অহ্ন, দিন, বাসৰ, বাৰ

అర్థం : নিশ্চিত বা উচিত সময়

ఉదాహరణ : আজি মোৰ লʼৰাটোৰ জন্ম দিন

పర్యాయపదాలు : দিন

అర్థం : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

ఉదాహరణ : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

పర్యాయపదాలు : অহ, অহ্ন, দিন, দিনা, দিবা, বাসৰ, বাৰ, ৰোজ

అర్థం : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ

ఉదాహరణ : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে

పర్యాయపదాలు : তিথি, বার্ষিকী, ্পর্ব

అర్థం : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

ఉదాహరణ : এদিনত আঠটা প্রহৰ থাকে

పర్యాయపదాలు : তিথি, দিন

అర్థం : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা

ఉదాహరణ : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়

పర్యాయపదాలు : দিন