అర్థం : যি কথা বা কাম অৱশ্যেই পালন কৰিলগীয়া:দেশৰ প্রতি সেৱা আগবঢ়োৱাটো আমাৰ সকলোৰে পৱিত্র ্ কর্তব্য
ఉదాహరణ :
పర్యాయపదాలు : কর্তব্য
అర్థం : কোনো কাম,কথা বা বিষয়ৰ বাবে লোৱা কর্তব্যভাৰ
ఉదాహరణ :
এই কামটো কৰাৰ দায়িত্ব কোনে লʼব?
పర్యాయపదాలు : উত্তৰ-দায়িত্ব, গাৰেন্টী, দায়িত্বভাৰ