సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দাস হোৱা অৱস্থা বা ভাব
ఉదాహరణ : ইংৰাজসকলে ভাৰতবাসীক দীঘলীয়া সময় ধৰি দাসত্বৰ জৰীৰে বান্ধি ৰাখিছিল
పర్యాయపదాలు : গোলামি, দাসত্ব
అర్థం : পৰাধীন হোৱাৰ অৱস্থা বা ভাব
ఉదాహరణ : পৰাধীনতাৰ শিকলিৰ পৰা ভাৰত ঊনৈশ সাতচল্লিশ চনত স্বাধীন হʼল
పర్యాయపదాలు : অমুক্তি, গোলামী, পৰাধীনতা
ఆప్ స్థాపించండి