అర్థం : টকা-পইচা সংগ্রহ কৰা পাত্র বিশেষ
ఉదాహరణ :
তেওঁ ্সদায় দানপাত্রত দহ টকা দিয়ে
పర్యాయపదాలు : দান-পাত্র
అర్థం : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
ఉదాహరణ :
তেওঁ ্দানপাত্রত এশ টকা দিলে
పర్యాయపదాలు : দান-পাত্র
అర్థం : দান পোৱা উপযুক্ত ব্যক্তি
ఉదాహరణ :
দান সদায় দানপাত্রতহে দিয়া উচিত