పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দান అనే పదం యొక్క అర్థం.

দান   বিশেষ্য

అర్థం : দান হিচাপে কাৰোবাক দিয়া কোনো বস্তু

ఉదాహరణ : পণ্ডিতজনে দান স্বৰূপে এজনী গাই আৰু কিছুমান বস্ত্র লাভ কৰিলে

అర్థం : কাৰোবাক দিয়া বা কাৰোবাৰ পৰা পোৱা বস্তু

ఉదాహరణ : বহু মানুহে জীৱনটোক ঈশ্বৰৰ দান বুলি ভাবে

అర్థం : কোনোবাই কাৰোবাক শ্রদ্ধা সহকাৰে বা দয়াপূর্বকভ্াৱে কিবা দিয়া ধর্ম ্ কার্য:উচিত সময়ত কৰা দান অধিক ফলপ্রসূ হয়

ఉదాహరణ :

అర్థం : কোনো কামত সহায় কৰা বা সহায়ক হোৱা কার্য অথবা কোনো কার্য ্সম্পাদনত ব্যক্তি বিশেষৰ অংশ

ఉదాహరణ : সকলো গাঁওবাসীৰ অৱদানেৰে এই মন্দিৰটো নি্র্মাণ কৰা হৈছে

పర్యాయపదాలు : অৱদান, বৰঙণি, যোগদান