సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি দিয়ে বা দিওঁতা
ఉదాహరణ : এই শুভ কামৰ বাবে ধন দাতাসকললৈ আমাৰ আন্তৰিক ধন্যবাদ
పర్యాయపదాలు : প্রদাতা
అర్థం : যিজনে দান কৰে
ఉదాహరణ : কর্ণ বহুত ্ডাঙৰ দানী আছিল
పర్యాయపదాలు : দান কর্তা, দানী, দায়ক
అర్థం : যি বহুত দান দিয়ে
ఉదాహరణ : দাতা কর্ণৰ ্দানৰ কাহিনী বিশ্ব প্রসিদ্ধ
పర్యాయపదాలు : দানশীল, দানী
అర్థం : সচৰাচৰ যিজনে অধিক দান-দক্ষিণা দিয়ে
ఉదాహరణ : দানবীৰ ্কর্ণৰ ্নাম তেওঁৰ ্দানবীৰতাৰ কাৰণে মর্যাদা সহকাৰে লোৱা হয়
పర్యాయపదాలు : দানবীৰ, দানশীল, দানী
ఆప్ స్థాపించండి