సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবাৰ ওপৰত আৰোপ কৰা দোষ
ఉదాహరణ : নভবা নিচিন্তাকৈ কাৰো চৰিত্রত কলংক সনা উচিত নহয়
పర్యాయపదాలు : অপযশ, কলংক, কালিমা, লাঞ্ছনা
అర్థం : ফল আদিৰ ওপৰত পৰা দাগ
ఉదాహరణ : মোক এই দাগ লগা ফলবোৰ নালাগে
అర్థం : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল
ఉదాహరణ :
పర్యాయపదాలు : চেক, চেকা, দাগী, ধাব্বা, নিচান
అర్థం : সৰু দাগ বা চিহ্ন
ఉదాహరణ : পখিলাৰ পাখিত ৰংচঙীয়া দাগ থাকে
పర్యాయపదాలు : ছিটিকনি
ఆప్ స్థాపించండి