పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দলিওৱা అనే పదం యొక్క అర్థం.

দলিওৱা   ক্ৰিয়া

అర్థం : দলিয়াই দিয়া

ఉదాహరణ : তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে

అర్థం : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

ఉదాహరణ : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

పర్యాయపదాలు : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা

అర్థం : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা

ఉదాహరణ : ডাষ্টবিনত জাবৰ পেলোৱা হয়

పర్యాయపదాలు : দলিয়া, নিক্ষেপ কৰা, পেলোৱা

అర్థం : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা

ఉదాహరణ : লʼৰাটোৱে খেলনাটো দলিয়ালে

పర్యాయపదాలు : লদিওৱা

అర్థం : আনৰ হতুৱাই দলিয়া

ఉదాహరణ : মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে