పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দল అనే పదం యొక్క అర్థం.

দল   বিশেষ্য

అర్థం : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়

ఉదాహరణ : লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে

పర్యాయపదాలు : পাহি

అర్థం : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ఉదాహరణ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

పర్యాయపదాలు : গণ, গোট, জাক, জুম, দʼম, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

అర్థం : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

ఉదాహరణ : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

పర్యాయపదాలు : পক্ষ, পার্টী

అర్థం : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

ఉదాహరణ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

పర్యాయపదాలు : পত্র, পর্ণ, পাত

అర్థం : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ఉదాహరణ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

పర్యాయపదాలు : মণ্ডল, মণ্ডলী, সংগঠন

అర్థం : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ఉదాహరణ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

పర్యాయపదాలు : পার্টী, মণ্ডলী, সংঘ, সঙ্ঘ

అర్థం : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

ఉదాహరణ : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

పర్యాయపదాలు : পার্টী

అర్థం : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

ఉదాహరణ : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

పర్యాయపదాలు : জাক

అర్థం : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি

ఉదాహరణ : ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে

పర్యాయపదాలు : পাৰিষদ্্বর্গ, ্গোট