పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দন্দুৰী అనే పదం యొక్క అర్థం.

দন্দুৰী   বিশেষ্য

అర్థం : কুৰূপ, ক্রুৰ আৰু কাজিয়া কৰি ভাল পোৱা স্ত্রী

ఉదాహరణ : দন্দুৰী হোৱাতো সহজ কিন্তু শিষ্টাচাৰী হোৱাটো কঠিন

పర్యాయపదాలు : ডাইনী, ডাকিনী

అర్థం : কর্কশ ্ স্বভাৱৰ নাৰী বা যি নাৰীয়ে কাজিয়াকে কৰি থাকে

ఉదాహరణ : কি কি কৰি যে মই এগৰাকী দাংকাটি মহিলাৰ বাচিলো

పర్యాయపదాలు : উগ্র নাৰী, কর্কশ ্নাৰী, খঙাল তিৰোতা, দন্দুৰী তিৰোতা, দাংকাটি, দাংকাটি মহিলা, মুখৰা তিৰোতা

দন্দুৰী   বিশেষণ

అర్థం : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে

ఉదాహరణ : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল

పర్యాయపదాలు : উগ্রা, কাজিয়াখোৰ