పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দণ্ড అనే పదం యొక్క అర్థం.

দণ্ড   বিশেষ্য

అర్థం : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ

ఉదాహరణ : আইতাই লাখুটি লৈ খোজকাঢ়ি আছে

పర్యాయపదాలు : লাখুটি

అర్థం : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ

ఉదాహరణ : শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল

పర్యాయపదాలు : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড

అర్థం : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা

ఉదాహరణ : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে

పర్యాయపదాలు : বাড়ি, বাৰি, মাৰি, লাঠী

అర్థం : ষাঠী পল বা চৌবিশ মিনিটৰ সময়

ఉదాహరణ : আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে

అర్థం : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়

ఉదాహరణ : কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে

పర్యాయపదాలు : কুমাৰৰ দণ্ড

అర్థం : অপৰাধী বা দোষীৰ দোষমুক্তিৰ বাবে আইনমতে লোৱা ধন:ৰাজহুৱা স্থানত ধূম-পান কৰা বাবে তেওঁক পাঁচশ টকা জৰিমনা ভৰালে

ఉదాహరణ :

పర్యాయపదాలు : অর্থদণ্ড, জৰিমনা

అర్థం : মোটা আকাৰৰ ডাঙৰ মাৰি

ఉదాహరణ : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে

పర్యాయపదాలు : বাৰি, লাঠি