అర్థం : বিছা, মৌ-মাখি আদি পতংগৰ পিছফালে থকা বিষাক্ত কাঁইট, যি সি্হঁতে অন্য জীৱৰ শৰীৰত সুমুৱাই বিষ বিয়পাই দিয়ে
ఉదాహరణ :
তেওঁক বৃশ্চিকৰ শুঙে বিন্ধি মাৰিলে
పర్యాయపదాలు : শুং
అర్థం : দাঁতেৰে কামোৰা কার্য
ఉదాహరణ :
বিষাক্ত পোকৰ দংশনৰ ফলত শৰীৰৰ ঠায়ে ঠায়ে দমলা বান্ধিছে
అర్థం : দাঁতেৰে কামুৰিলে হোৱা ঘা
ఉదాహరణ :
সঞ্জয়ে দংশন হোৱা ঠাই মলম সানি আছে